(English)
The history of Assam is the history of a confluence of people from the east, west and the north; the confluence of the Tibeto-Burman (Sino-Tibetan), Indo-Aryan and Austroasiatic cultures. Although invaded over the centuries, it was never a vassal or a colony to an external power until the third Burmese invasion in 1821, and, subsequently, the British ingress into Assam in 1824 during the First Anglo-Burmese War.
The Assamese history has been derived from multiple sources. The Ahom kingdom of medieval Assam maintained chronicles, called Buranjis, written in the Ahom and the Assamese languages. History of ancient Assam comes from a corpus of Kamarupa inscriptions on rock, copper plates, clay; royal grants, etc. that the Kamarupa kings issued during their reign. Protohistory has been reconstructed from folklore: epics like Mahabharata, and two medieval texts compiled in the Assam region—the Kalika Purana and the Yogini Tantra.
The history of Assam can be divided into four eras. The ancient era began in the 4th century with the mention of Kamarupa in Samudragupta's inscriptions on the Allahabad pillar and the establishment of the Kamarupa kingdom. The medieval era began with the attacks from the Bengal Sultanate, the first of which took place in 1206 by Bakhtiyar Khilji as mentioned in the Kanai-boroxiboa rock inscription, after the breakup of the ancient kingdom and the sprouting of medieval kingdoms and chieftain-ships in its place. The colonial era began with the establishment of British control after the Treaty of Yandaboo in 1826, and the post-colonial era began in 1947 after the Independence of India.
(অসমীয়া)
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল।
কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল। সম্ভৱ প্ৰথম বুৰঞ্জী ১২২৮ খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ চুকাফাই আহোম ৰাজত্ব আৰম্ভ কৰাৰ সময়তে তেওঁৰ নিৰ্দেশত প্ৰণয়ণ কৰা হৈছিল৷[1] সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সেইসময়ৰ ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল৷ ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি ৰখা হৈছিল।
(Inglese)
La storia di Assam è la storia di una confluenza di persone provenienti da est, ovest e nord; la confluenza delle culture tibeto-birmane (sino-tibetane), indo-ariane e austroastiche. Sebbene invaso nel corso dei secoli, non fu mai un vassallo o una colonia per un potere esterno fino alla terza invasione birmana nel 1821 e, successivamente, l'ingresso britannico nell'Assam nel 1824 durante la prima guerra anglo-birmana.
La storia di Assamese è stata derivata da più fonti. Il regno di Ahom del Medioevo Assam manteneva cronache, chiamate Buranji, scritte nelle lingue Ahom e Assamese. La storia dell'antico Assam deriva da un corpus di iscrizioni di Kamarupa su roccia, lastre di rame, argilla; sovvenzioni reali, ecc. che i re di Kamarupa emisero durante il loro regno. La protostoria è stata ricostruita dal folklore: epopea come il Mahabharata e due testi medievali compilati nella regione dell'Assam: il Kalika Purana e il Yogini Tantra.
La storia di Assam può essere divisa in quattro epoche. L'antica era iniziata nel IV secolo con la menzione di Kamarupa nelle iscrizioni di Samudragupta sul pilastro di Allahabad e l'istituzione del regno di Kamarupa. L'era medievale iniziò con gli attacchi del Sultanato del Bengala, il primo dei quali ebbe luogo nel 1206 da Bakhtiyar Khilji come menzionato nell'iscrizione alla roccia Kanai-boroxiboa, dopo la rottura dell'antico regno e il germogliare dei regni medievali e delle navi comandanti al suo posto. L'era coloniale iniziò con l'istituzione del controllo britannico dopo il trattato di Yandaboo nel 1826, e l'era post-coloniale iniziò nel 1947 dopo l'indipendenza dell'India.
(অসমীয়া)
অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু ভাৰতীয়-আৰ্য, অষ্ট্ৰ'-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস. ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু 18২1 চনত মান আৰু 18২6 চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা হিচাপে হিচাপে থাকিবলগীয়া নাছিল নাছিল.
কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি. লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা যুগৰ যুগৰ কথা পাৰি পাৰি. বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন কথা কথা গম যায় যায়. আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "বুৰঞ্জী" নামেৰে ৰাজনৈতিক ঘটনাৱলী লিপিবদ্ধ কৰা হৈছিল. বুৰঞ্জী প্ৰথম বুৰঞ্জী 1২২8 খৃঃত প্ৰথম আহোম ৰজা স্বৰ্গদেউ আহোম [[[[[. [1] সেই সময়তে "লেখক বৰুৱা" নামৰ এটা পদৰ তত্বাৱধায়ত এচাম পণ্ডিতৰ সহায়ত সহায়ত ঘটনাসমূহ, যুদ্ধৰ বৰ্ণনা, অন্য ৰজাৰ লগত যোগাযোগ, আইনী ব্যৱস্থা আদি লিখি ৰখা হৈছিল. ইয়াৰ উপৰিও ৰজাৰ দিনৰ ভাষা, সংস্কৃতি, সমাজ ব্যৱস্থা আৰু ৰজাৰ দিনত কৰা যিকোনো কাম লিখি হৈছিল হৈছিল.